সাপেখাতীৰ গোবিন্দপুৰত উত্তপ্ত পৰিস্থিতি|

0
122

Guwahati/ 9th January’2018 (Prag News Desk):সাপেখাতীৰ গোবিন্দপুৰত উত্তপ্ত পৰিস্থিতি|

ভূ-মাফিয়াই দাবী-ধমকিৰে ব্যক্তিগত ভূমি অধিগ্ৰহণ|

কিষণ লাল চাহুৰ মাটিত ভূ-মাফিয়াই স্থাপন কৰিছিল নতুন বাসগৃহ|

আৰক্ষীক মেনেজ কৰি দাদাগিৰী চলোৱাৰ অভিযোগ ৰাইজৰ|

ৰাইজে ভাঙি পেলাই বাসগৃহ|

বৰ্তমানেও আৰক্ষীয়ে আটক কৰা নাই ৰাজেশ শ্যামক নামৰ ভূ-মাফিয়াটো|

Share it on

Leave a Reply