দক্ষিণ কামৰূপৰ সোণতলিৰ বৰদিয়া নয়াপাৰাত অঘটন|

Guwahati/ 12th January’2018 (Prag News Desk):

দক্ষিণ কামৰূপৰ সোণতলিৰ বৰদিয়া নয়াপাৰাত অঘটন|

বিদ্যুত্স্পৃষ্ট হৈ মুত্যু ঘটিল এজন যুৱকৰ|

নিহত যুৱকজনৰ নাম নজৰুল ইছলাম|

হিটাৰৰ ছুইচ অন কৰিবলৈ যাওতেই এই অঘটন|

 

Share it on

Leave a Reply