দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক ছাত্ৰ বৃত্তি প্ৰদান NHPCৰ|

0
184

Guwahati/ 12th January’2018 (Prag News Desk):দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক ছাত্ৰ বৃত্তি প্ৰদান NHPCৰ|

গেৰুকামুখস্থিত কাৰ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান|

২০১৫ চনৰ ৩৭ আৰু ২০১৬ চনৰ ৩৪ গৰাকী শিক্ষাৰ্থীলৈ বৃত্তি|

অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা|

NHPCৰ কৰ্তৃপক্ষক ধন্যাবাদ জনায় বৃত্তি পাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীয়ে|

Share it on

Leave a Reply