পুৱাৰে পৰা আদাবাৰী বাছ আস্থানত প্ৰচণ্ড ভিৰ…

0
136

Guwahati/ 12th January’2018 (Prag News Desk): পুৱাৰে পৰা আদাবাৰী বাছ আস্থানত প্ৰচণ্ড ভিৰ|

মূল ঘৰলৈ যাবলৈ বুলি হেঁতা-ওপৰা নামনিৰ ৰাইজৰ|

গাড়ীৰ অভাৱত বাছ আস্থানতে বোন্দাপৰ দিছে শ শ জনে|

একাংশ গাড়ীৰ কৰ্মচাৰীয় যাত্ৰীৰ পৰা আদায় কৰিছে মাত্ৰাধিক ভাড়া|

 

Share it on

Leave a Reply