বজালীৰ ভৱানীপুৰত সুলভ মূল্যত ব্ৰয়লাৰ মাংস|

Guwahati/ 12th January’2018 (Prag News Desk): বজালীৰ ভৱানীপুৰত সুলভ মূল্যত ব্ৰয়লাৰ মাংস|

প্ৰতি কিলো কটা ব্ৰয়লাৰ মাংসৰ দৰ ১২০ টকা|

আন প্ৰান্তত ২০০-২২০ টকা দৰত বিক্ৰী কটা ব্ৰয়লাৰ মাংস|

কম দামত ব্ৰয়লাৰ মাংস কিনিবলৈ বিভিন্ন স্থানৰ গ্ৰাহকৰ ভিৰ|

ভোগালীৰ বতৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ|

 

Share it on

Leave a Reply