মৰিয়নিৰ কাটনিবাৰী চাহবাগিচাৰ প্ৰেক্ষাগৃহত কংগ্ৰেছৰ কৰ্মীসভা|

Guwahati/ 12th January’2018 (Prag News Desk):

মৰিয়নিৰ কাটনিবাৰী চাহবাগিচাৰ প্ৰেক্ষাগৃহত কংগ্ৰেছৰ কৰ্মীসভা|

কৰ্মীসভাত উপস্থিত তাকে বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া|

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত অনুস্থিত হয় এই সভা|

সভাত অংশগ্ৰহণ কৰে কেইবাশতাধিক কংগ্ৰেছ কৰ্মীয়ে|

 

Share it on

Leave a Reply