শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা|

0
82

Guwahati/ 12th January’2018 (Prag News Desk):শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা|

NCRTৰ অধীনত নতুনকৈ প্ৰস্তুত কৰিব পাঠ্যপুথি|

পাঠ্যপুথিকেইখন তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীলৈ|

অংক আৰু ইংৰাজীৰ বিষয়ৰ নতুনকৈ প্ৰস্তুত কৰিব পাঠ্যপুথি|

দশম শ্ৰেণীলৈকে বিনামূলীয়া ইউনিফৰ্ম দিয়াৰো চিন্তাচৰ্চা|

আৰম্ভ কৰিব মাধ্যমিক বিদ্যালয়ৰ গুণোত্সৱ|

 

Share it on

Leave a Reply