Guwahati/ 12th January’2018 (Prag News Desk): সোণাৰী সাপেখাতীৰ পৰা আটক ৬ NDFB(S) সন্দেহযুক্ত কেডাৰ|
ধৃত যোছেফ নাৰ্জাৰী, ৰিপুণ নাৰ্জাৰী, ফাঙ্গু নাৰ্জাৰী, সুমনাথ বসুমতাৰী|
দুমুলু নাৰ্জাৰী আৰু বোধিয়া দৈমাৰি|
নাগালেণ্ডলৈ প্ৰশিক্ষণৰ বাবে যাওঁতে আটক ৬ যুৱক|
সম্প্ৰতি সোণাৰী আৰক্ষীৰ জিম্মাত আছে ৬ যুৱক|