ৰঙিয়াৰ চেপ্তীত ৩১নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ|

0
127

Guwahati/ 12th January’2018 (Prag News Desk):

ৰঙিয়াৰ চেপ্তীত ৩১নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ|

অৱৰোধ কৰিলে ৩ সংগঠনৰ লগতে স্থানীয় ৰাইজে|

ৰেড হৰ্ণ পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী, ছাত্ৰক বিনাচৰ্তে মুক্তিৰ দাবী|

বিদ্যালয়ৰ ৫ শিক্ষয়িত্ৰী আৰু এজন ছাত্ৰনেতাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে|

পথ অৱৰোধৰ ফলত আবদ্ধ শ শ যান-বাহন|

ঘটনাস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন|

 

Share it on

Leave a Reply