জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা|

Guwahati/ 13th January’2018 (Prag News Desk): জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা|

ধেমাজি বন সংমণ্ডলৰ নাকৰ তলতে চলিছে চালানবিহীন মূল্যৱান কাঠৰ বেহা|

শ্বিলঙৰ SIT ব’ৰ্ডে যোগান ধৰে অৰুণাচলক TP আৰু চালান|

অৰুণাচলৰ বিভিন্ন কাঠ মিলত কটা হয় চোৰাংকৈ অনা কুণ্ডা|

 

Share it on

Leave a Reply