জ্যেষ্ঠ আলফা নেতা প্ৰবাল নেওগক কাৰাদণ্ড|

0
153

Guwahati/ 13th January’2018 (Prag News Desk): জ্যেষ্ঠ আলফা নেতা প্ৰবাল নেওগক কাৰাদণ্ড|

তিনিচুকীয়া জিলা ছেছন আদালতৰ ৰায়|

২০০০ হাজাৰ টকাৰ জৰিমণা, ৬ মাহৰ কাৰাদণ্ড নেওগক|

২০০৬ চনৰ এক গোচৰ সন্দৰ্ভত এই ৰায়|

নেওগক ১৫ দিনৰ সময় দিলে আদালতে|

১৫ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ত বিচাৰিব পাৰিব জামিন|

২৮নং বেটেলিয়নৰ কমাণ্ডাৰ হৈ থকাৰ সময়তে ৰুজু গোচৰ|

 

Share it on

Leave a Reply