দক্ষিণ শালমাৰাত খৰুৱাবন্ধাত উত্তপ্ত পৰিস্থিতি|

0
157

Guwahati/ 13th January’2018 (Prag News Desk):দক্ষিণ শালমাৰাত খৰুৱাবন্ধাত উত্তপ্ত পৰিস্থিতি|

গড়কাপ্তানী পথৰ নিম্নমানৰ কামত ক্ষুব্ধ ৰাইজ|

পথ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে স্থানীয় ৰাইজে|

২ ঘন্টা ধৰি বন্ধ হাটশিঙিমাৰী-মানকাছৰ পথ|

বন্ধৰ ফলত তীব্ৰ যানযট|

 

Share it on

Leave a Reply