ধূলা থানা এলেকাৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন|

Guwahati/ 13th January’2018 (Prag News Desk): ধূলা থানা এলেকাৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন|

আজি পুৱা ৫ বজাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰিলে প্ৰশাসনে|

বুধবাৰৰ পৰিস্থিতি শান্ত হোৱাৰ পাছতে বিহুৰ প্ৰাকক্ষণত প্ৰশাসনৰ এই পদক্ষেপ|

 

Share it on

Leave a Reply