নলবাৰীৰ থানা চ’কত অনুষ্ঠিত হয় এক বাটৰ নাট

Guwahati/ 13th January’2018 (Prag News Desk): নলবাৰীৰ থানা চ’কত শুকুৰবাৰে অনুষ্ঠিত হয় এক বাটৰ নাট। পথ সুৰক্ষাৰ সজাগতা সন্দৰ্ভত আয়োজিত এই বাটৰ নাটখন উপস্থাপন কৰে উত্তৰ ধৰ্মপুৰ বিকাশ সংস্থাই। বাটৰ নাটখনিৰ দৰ্শক হিচাপে ৰাইজৰ লগতে উপস্থিত থাকে উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, জিলা পৰিবহণ বিষয়া দিলীপ দাস আৰু নলবাৰীৰ বিধায়ক অশোক কুমাৰ শৰ্মা।

 

Share it on

Leave a Reply