‘‘ন’ হৰ্ণ প্লীজ অভিযান’’

Guwahati/ 13th January’2018 (Prag News Desk): পহিলা জানুৱাৰীত ৰাজ্যপাল জগদীশ মুখীয়ে শুভাৰম্ভ কৰিছিল ‘‘ন’ হৰ্ণ প্লীজ অভিযান’’। গুৱাহাটী মহানগৰীত বৰ্ধিত শব্দ প্ৰদূষণৰ প্ৰতি ‍লক্ষ্য ৰাখি ‘ব্যতিক্ৰম’ৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচী। সেয়েহে শুকুৰবাৰে মহানগৰীৰ বিভিন্ন ট্ৰেফিক পইন্টসমূহত মানুহক সজাগ কৰাৰ উদ্দেশ্যে ‘ব্যতিক্ৰম’ৰ সদস্যসকলে হাতে হাতে বেনাৰ লৈ ৰাজপথত এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰে।

 

Share it on

Leave a Reply