ব্যস্ততাৰ মাজতো বিহু আনন্দ ল’লে ধমধমাৰ আৰক্ষীয়ে|

0
100

Guwahati/ 13th January’2018 (Prag News Desk):ব্যস্ততাৰ মাজতো বিহু আনন্দ ল’লে ধমধমাৰ আৰক্ষীয়ে|

বিহুত অংশ ল’লে নলবাৰীৰ আৰক্ষী অধীক্ষক, সেনাৰ মেজৰে|

গীত-নৃত্যৰে জীপাল হ’ল ধমধমাৰ আৰক্ষী চকী|

এদিন আগতেই পালন কৰিলে ভোগালীৰ উৰুকা|

স্থানীয় বহু শিল্পী, বিশিষ্ট নাগৰিকে অংশ ল’লে অনুষ্ঠানত|

 

Share it on

Leave a Reply