সমূহীয়াভাৱে মাছ ধৰিলে ডিমৰীয়াৰ বিভিন্ন বিলত…

0
130

Guwahati/ 13th January’2018 (Prag News Desk):উৰুকাৰ নিশা পৰিয়ালৰ সৈতে এসাজ হেঁপাহ পলোৱাই খাবলৈ সমূহীয়াভাৱে মাছ ধৰিলে ডিমৰীয়াৰ বিভিন্ন বিলত। জাগীৰোডৰ সামীপৰ তথা ডিমৰীয়াৰ ঐতিহাসিক পাৰখালি বিলতো শণিবাৰে সমূহীয়া ভাৱে মাছ মাৰিলে শশ লোকে। প্ৰচণ্ড শীতকো নেউচি হাতত জাল-জুলুক আৰু পল আদি লৈ মাছ ধৰিলে সকলোৱে। মাছ পোৱাৰ অজস্ৰ লোক সমবেত হ’ল ডিমৰীয়াৰ পাৰখালি বিলৰ পাৰত। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সোণাপুৰ, ক্ষেত্ৰী, মালৈবাৰী, জাগীৰোড আদি বিভিন্ন স্থানৰ পৰা শ শ মাছুৱৈ আহি এনেদৰে ভাগ লৈছে মাছ মৰা কাৰ্যত ।

Share it on

Leave a Reply