ডিব্ৰুগড়ৰ ৰাজপথত পুৱাই ‘স্বচ্ছ ভাৰত ৰান’|

0
68

Guwahati/ 16th January’2018 (Prag News Desk):

ডিব্ৰুগড়ৰ ৰাজপথত পুৱাই ‘স্বচ্ছ ভাৰত ৰান’|

সহস্ৰাধিক লোকে অংশ ল’লে এই দৌৰত|

স্বচ্ছতাৰ আহ্বানেৰে আয়োজন কৰা হ’ল এই দৌৰৰ|

অংশ ল’লে ডিব্ৰুগড় জিলাৰ ৪ জন বিধায়কে|

দৌৰৰ ফ্লেগ অফ কৰে বিধায়ক প্ৰশান্ত ফুকনে|

জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়াই অংশ ল’লে দৌৰত|

 

Share it on

Leave a Reply