ঢকুৱাখনাৰ হিলৈধাৰী তিনিআলিত শোকাৱহ দুৰ্ঘটনা|

0
121

Guwahati/ 16th January’2018 (Prag News Desk):

ঢকুৱাখনাৰ হিলৈধাৰী তিনিআলিত শোকাৱহ দুৰ্ঘটনা|

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দেৱালত খুন্দিয়ালে মটৰ চাইকেলে|

থিতাতে নিহত এজন বাইক আৰোহী, আহত আনজন|

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-07 H-2048|

বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই|

 

Share it on

Leave a Reply