বকোৰ জামবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ|

0
61

Guwahati/ 16th January’2018 (Prag News Desk):

বকোৰ জামবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ|

এডাল বাঁহ গছত আছিল অজগৰটো|

স্থানীয় যুৱক কেইজনমানে উদ্ধাৰ কৰিলে অজগৰটোক|

অজগৰ চাবলৈ ৰাজপথত ভিৰ কৰিলে বহু লোকে|

 

Share it on

Leave a Reply