বিতৰ্কৰ মাজতে তামিলনাডুত পুনৰ অনুষ্ঠিত জাল্লিকাট্টু|

0
129

Guwahati/ 16th January’2018 (Prag News Desk):

বিতৰ্কৰ মাজতে তামিলনাডুত পুনৰ অনুষ্ঠিত জাল্লিকাট্টু|

ষাঁড় গৰুৰ যুঁজ চাবলৈ গৈ এজন যুৱকৰ মৃত্যু|

ষাঁড়ৰ আক্ৰমণত ২৫ জনৰো অধিক লোক আহত|

মাদুৰাইৰ পালামেদুত অনুষ্ঠিত হ’ল জাল্লিকাট্টু|

জাল্লিকাট্টুক লৈ তামিলনাডুত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ|

 

Share it on

Leave a Reply