ৰাষ্ট্রীয় কিক বক্সিঙত স্বৰ্ণ পদক ঢেকীয়াজুলিৰ লক্ষ্যজ্যোতি ডেকাৰ|

0
146

Guwahati/ 16th January’2018 (Prag News Desk)

ৰাষ্ট্রীয় কিক বক্সিঙত স্বৰ্ণ পদক ঢেকীয়াজুলিৰ লক্ষ্যজ্যোতি ডেকাৰ|

ঢেকীয়াজুলিৰ এল অ’ কে ডি কলেজত অধ্যয়নৰত ডেকা|

এটা স্বৰ্ণ পদকসহ পাঁচটা পদক আজুৰিলে অসমৰ ক্ৰীড়াবিদে|

জয়ন্ত বিশ্বাস, কৌশিক মণ্ডলৰ ৰূপৰ পদক|

অংকিতা নাথে লাভ কৰিলে ব্ৰঞ্জৰ পদক|

যমুনা বড়োৱে মহিলাৰ ছিনিয়ৰ কিক বক্সিঙত লাভ কৰে ব্ৰঞ্জৰ পদক|

পুনেত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন|

 

Share it on

Leave a Reply