Guwahati/ 16th January’2018 (Prag News Desk)
ৰাষ্ট্রীয় কিক বক্সিঙত স্বৰ্ণ পদক ঢেকীয়াজুলিৰ লক্ষ্যজ্যোতি ডেকাৰ|
ঢেকীয়াজুলিৰ এল অ’ কে ডি কলেজত অধ্যয়নৰত ডেকা|
এটা স্বৰ্ণ পদকসহ পাঁচটা পদক আজুৰিলে অসমৰ ক্ৰীড়াবিদে|
জয়ন্ত বিশ্বাস, কৌশিক মণ্ডলৰ ৰূপৰ পদক|
অংকিতা নাথে লাভ কৰিলে ব্ৰঞ্জৰ পদক|
যমুনা বড়োৱে মহিলাৰ ছিনিয়ৰ কিক বক্সিঙত লাভ কৰে ব্ৰঞ্জৰ পদক|
পুনেত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন|