নলবাৰীৰ বিলপাৰত ৩১ নং ৰাষ্ট্রীয় ঘাইপথত দুর্ঘটনা|

0
87

Guwahati/ 17th January’2018 (Prag News Desk):

নলবাৰীৰ বিলপাৰত ৩১ নং ৰাষ্ট্রীয় ঘাইপথত দুর্ঘটনা|

বাছ দুৰ্ঘটনাৰ ফলত আহত প্ৰায় ৪০ জন তীর্থযাত্রী|

গুৰুতৰভাৱে আহত ১২জনক GMCHলৈ প্ৰেৰণ|

মানাহৰ পৰা গুৱাহাটীলৈ আহি আছিল বাছখন|

ঘনকুঁৱলীৰ বাবে সংঘটিত হ’ল দুৰ্ঘটনাটো|

 

Share it on

Leave a Reply