পুৰণিগুদামত সদৌ নগাঁও ভোগালী বিহু উত্সৱ|

0
138

Guwahati/ 17th January’2018 (Prag News Desk):

পুৰণিগুদামত সদৌ নগাঁও ভোগালী বিহু উত্সৱ|

৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ল বিহু|

কনকসেন ডেকাক প্ৰদান হীৰেণ ভট্টাচাৰ্য বঁটা|

বঁটা প্ৰদান কৰিলে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে|

‘হাৰলি’ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে কনকসেন ডেকাই|

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাঃ নৱনীল বৰুৱা|

 

Share it on

Leave a Reply