GL PUBLICATION PROGRAM

0
118

Guwahati/ 17th January’ 2018 (Prag News Desk):মঙলবাৰে মহানগৰীৰ GL PUBLICATIONৰ কাৰ্যালয়ত জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চ আৰু জি এল পি ছ’চিয়েল চাৰ্কলৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শিল্পী সমাৰোহ। সমাৰোহখনিত জ্যোতি প্ৰসাদ আগৰৱালা দেৱক সোঁৱৰি কণ কণ শিশুৰ লগতে কেইবাগৰাকী শিল্পীয়ে পৰিবেশন কৰে জ্যোতি সংগীত আৰু বিষ্ণু সংগীত। অনুষ্ঠানত জি এল পাব্লিকেচনৰ স্বত্বাদিকাৰী জি এল আগৰৱাল, মুখ্যমন্ত্ৰীৰ প্ৰেচ উপদেষ্টা ৰিচিকেশ গোস্বামী, ‘প্ৰাগ নিউজ’ৰ পৰিচালনা সঞ্চালক সঞ্জীৱ নাৰায়নকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিল্পী তথা সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে।

 

Share it on

Leave a Reply