Haj subsidy

0
78

Guwahati/ 17th January’ 2018 (Prag News Desk):হজযাত্ৰীৰ ৰাজ সাহায্য বন্ধ|

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত|

‘ৰাহি পুজি সংখ্যালঘুৰ শিক্ষাত ব্যয় কৰ হ’ব’|

চৰকাৰৰ সিদ্ধান্তৰ ফলত ৭০০ কোটি টকা ৰাহি হ’ব|

ৰাজ সাহায্যৰ পৰা মুছলমান লোক উপকৃত নোহোৱাৰ দাবী|

এই দাবী কেন্দ্ৰীয় চৰকাৰৰ|

এইবছৰ ১.৭৫ লাখ হজ যাত্ৰীয়ে নাপাব ৰাজ সাহায্য|

 

Share it on

Leave a Reply