Jyoti Chitraban press meet.

0
127

Guwahati/ 17th January’ 2018 (Prag News Desk): বুধবাৰে ৫০ বছৰ সম্পূৰ্ণ কৰিব জ্যোতি চিত্ৰবনে। সোণালী জয়ন্তী বৰ্ষৰ লগতে কেন্দ্ৰীয় ভাৱে শিল্পীদিৱসৰো আয়োজন কৰা হৈছে জোতি চিত্ৰবনৰ বাকৰিত। শিল্পী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন প্ৰতিযোগিতাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে অংশ ল’বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা এইবাৰ শিল্পী বঁটা প্ৰদান কৰা হ’ব কুল বৰুৱা আৰু অনিমা বৰঠাকুৰক।

Share it on

Leave a Reply