Lanka driver killed hp

0
55

Guwahati/ 17th January’2018 (Prag News Desk):

ডিমাপুৰত কাঁকীৰ দুই গাড়ী চালকক হত্যা|

দুৰ্বৃত্তই হত্যা কৰিলে দুই ভাতৃ আব্দুল লতিফ, নাজিম উদ্দিনক|

লংকাৰ কাঁকীৰ ২ নং টঙিয়াত ঘৰ দুয়োৰে|

ডিমাপুৰত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে দুই ভাতৃক|

এই হত্যাকাণ্ডৰ বাতৰিয়ে কঁপাইছে সমগ্ৰ কাঁকী|

 

Share it on

Leave a Reply