NAGAON NRC FIR HP

0
22

Guwahati/ 17th January’ 2018 (Prag News Desk):

সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদকৰ বিৰুদ্ধে গোচৰ|

সম্পাদক আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে গোচৰ ৰুজু|

হয়বৰগাঁও আৰক্ষী চকীত গোচৰ ৰুজু|

গোচৰ তৰিছে ৰূপহী ৰাজহ চক্ৰ বিষয়া দৰ্শনা চেতিয়াই|

NRCক লৈ বিভ্ৰান্তি সৃষ্টি কৰাৰ অভিযোগত গোচৰ ৰুজু|

 

Share it on

Leave a Reply