Panchayat Post

0
111

Guwahati/ 17th January’ 2018 (Prag News Desk): চাকৰি প্ৰাৰ্থীলৈ সকাহ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ|

৫ দিনলৈ বৃদ্ধি বিভিন্ন পদৰ আৱেদনৰ সময়সীমা|

২১ জানুৱাৰীলৈ বৃদ্ধি আৱেদনৰ সময়সীমা|

পূৰ্বে প্ৰচাৰিত বিজ্ঞাপনত আৱেদনৰ অন্তিম দিন আছিল ১৬ জানুৱাৰী|

 

Share it on

Leave a Reply