26 JANUARY CHECKING

0
101

Guwahati/ 18th January’2018 (Prag News Desk): গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত গুৱাহাটীত নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা|

জাগুণত NSCN(K)ৰ আক্ৰমণৰ পাছতে তত্পৰ আৰক্ষী|

হঠাতে কটকটীয়া গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা|

প্ৰতিটো গুৰুত্বপূৰ্ণ পথত যান-বাহনত চলিছে তালাচী|

মহানগৰীৰ বিভিন্ন ঠাইতো আৰক্ষীৰ তালাচী অভিযান|

 

Share it on

Leave a Reply