BAIHATA MURDER FU HP

0
100

Guwahati/ 18th January’ 2018 (Prag News Desk):

বাইহাটা চাৰিআলি থানাত আত্মসমৰ্পণ হত্যাকাণ্ডত অভিযুক্তৰ|

পৰিয়ালসহ আত্মসমৰ্পণ কৰিলে তুফাইল আহমেদে|

পত্নী, পুত্ৰ-কন্যাসহ আত্মসমৰ্পণ কৰিলে থানাত|

তমজিতৰ নামৰ লোকজনৰ হত্যাকাণ্ডত সাঙোৰ খাইছিল তুফাইল নাম|

আত্মসমৰ্পণ কৰা আটাইকেইজনৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ|

উত্তৰ গুৱাহাটীৰ ডেকাপাৰাত সংঘটিত হৈছিল এই হত্যাকাণ্ড|

 

Share it on

Leave a Reply