CHAYGAON VOLLEY BALL UT

0
33

Guwahati/ 18th January’ 2018 (Prag News Desk):

ছয়গাঁৱত ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অন্তঃজিলা ভলীবল প্ৰতিযোগিতা|

অহা ২৯, ৩০, ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব|

৩০ টাকৈ দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত|

ছয়গাঁৱৰ পৰাই নিৰ্বাচিত হ’ব ৰাজ্যিক ভলীবল দল|

 

Share it on

Leave a Reply