CMD PRAG

0
133

Guwahati/ 18th January’2018 (Prag News Desk): মহানগৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা আয়োজন কৰা হয় ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলিৰে অনুশীলনৰ সপ্তম বাৰ্ষিক নাট সমাৰোহ।
তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই সমাৰোহত বুধবাৰে শুভাৰম্ভণি কৰে ‘প্ৰাগ নিউজ’ৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে। ইফালে এই নাট সমাৰোহখনৰ লগত সংগতি ৰাখি অনুশীলন স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয়। ইফালে নাট সমাৰোহৰ প্ৰথমটো দিনত ‘দাঁত’ আৰু ‘সংস্কাৰ’ নামৰ দুখনকৈ নাট মঞ্চস্থ কৰা হয়।

 

Share it on

Leave a Reply