DELHI RAKESH PAUL HP

0
47

Guwahati/ 18th January’ 2018 (Prag News Desk):

ৰাকেশ পালৰ জামিন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে|

উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় বাহাল ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে|

ভঙাগড় থানাৰ গোচৰৰ ভিত্তিত জামিন আবেদনৰ শুনানি|

এটা গোচৰত ১৬ আগষ্টত লাভ কৰিছিল জামিন|

যোৱা ১৮ আগষ্টত পুনৰ গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল|

মুকলি হোৱাৰ পথ ৰুদ্ধ হ’ল ৰাকেশ পালৰ|

 

Share it on

Leave a Reply