MIRZA AIRPORT

0
93

Guwahati/ 18th January’2018 (Prag News Desk):অচিৰেই বৰঝাৰ বিমান বন্দৰত ২৪ ঘন্টাই পৰিচালন হ’ব বিমান।
বিমান যাত্ৰীসকলৰ বাবে নতুন বছৰত সু-খবৰ কঢ়িয়াই আনিছে ভাৰতীয় বিমান প্ৰাধিকৰণে। বৰঝাৰ বিমান বন্দৰৰ সঞ্চালকলৈ বিমান বন্দৰ প্ৰাধিকৰণে প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ। আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত আচিৰেই  আৰম্ভ হ’ব কাম।

 

Share it on

Leave a Reply