MUMBAI BIHU

0
111

Guwahati/ 18th January’2018 (Prag News Desk): ম্লান পৰা নাই ভোগালী বিহুৰ আনন্দ উলাহ।
‘গগনা মুম্বাই’ৰ উদ্যোগত মম্বাইস্থিত অসমীয়া সকলে উলহ-মালহেৰে পালন কৰে ভোগালী বিহু।
ভোগালী বিহু উপলক্ষে খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে। অসমৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘ইণ্ডি ফেয়াৰে’ সম্পূৰ্ণ অসমীয়া খাদ্যৰে উৰুকাৰ ভোজ তৃপ্তিদায়ক কৰি তোলে।

 

Share it on

Leave a Reply