NOONMATI HEALTH CAMP

0
33

Guwahati/ 18th January’2018 (Prag News Desk):মহানগৰীৰ পাথৰকুঁৱৰিত বিনামূলীয়া হোমিঅ’পেথিক চিকিত্সা শিবিৰৰ আয়োজন।
চিকিত্সা শিবিৰত চিকিত্সা প্ৰদান কৰে পঞ্জাৱৰ চিকিত্সক ডঃ চৈয়দ শ্বয়ীদ আহমেদে। চিকিত্সা শিবিৰত অংশগ্ৰহণ কৰে অঞ্চলটোৰ শতাধিক লোকে।
আহমদীয়া মুছলিম জামাতৰ উদ্যোগত এই চিকিত্সা শিবিৰৰ আয়োজন।

 

Share it on

Leave a Reply