UDALGURI FESTIVAL

0
73

Guwahati/ 18th January’2018 (Prag News Desk):বুধবাৰৰ পৰা আৰম্ভ হ’ল ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড মহোত্সৱ। এই চাৰিদিনীয়া মহোত্সৱত দেশী বিদেশী খাদ্যৰ লগতে সমাহাৰ ঘটিব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ।
ভূটান আৰু আৰুণাচলৰ পৰ্যটকৰ প্ৰয়োভৰ ঘটিব এই অনুষ্ঠানত।
এই মহোত্সৱত বিভিন্ন প্ৰান্তৰ পৰা বিপনীসমূহ আহিছে, লগতে চুবুৰীয়া ৰাষ্ট্র ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বিভিন্ন জনজাতীয় সাজপাৰৰ বিপনী আহিছে। প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী পতকা উত্তোলনৰ পিছত শান্তিৰ প্ৰতীক পাৰ’ উৰাই দি অনুস্থানটো যাতে শান্তিপূৰ্ণভাৱে পাৰ হয় তাকে কামনা কৰিছে ভৈৰৱকুণ্ড উত্সৱ উদৰ্যাপন সমিতিয়ে।
দ্বিতীয় কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন কৰে ভৈৰৱকুণ্ড সমষ্টিৰ এম চি এল এ ৰিপেন দৈমাৰীয়ে।

 

Share it on

Leave a Reply