GOHPUR STUDENT DEATH HP

0
40

Guwahati/ 19th January’ 2018 (Prag News Desk):

গহপুৰৰ ডুবিয়া যোৰহটীয়া গাঁৱত অঘটন|

বনভোজলৈ গৈ অকাল মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰৰ|

ছাত্ৰজন ডুবিয়া মজলীয়া বিদ্যালয়ৰ নয়নজ্যোতি গগৈ|

চেঁচাপুঙত বনভোজলৈ গৈ শিলৰ পৰা পিচলি আহত হৈছিল ছাত্ৰজন|

স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ পথত মৃত্যু ছাত্ৰজনৰ|

 

Share it on

Leave a Reply