JUNBEEL MELA 2ND DAY (PKG)

0
52

Guwahati/ 19th January’ 2018 (Prag News Desk):

ঐতিহাসিক জোনবিল মেলাত চলিল প্ৰাচীন বিনিময় প্ৰথা।

বিনিময় প্ৰথাৰে মুখৰিত হ’ল জোনবিলৰ পাৰ।

যেন পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বান্ধোন অধিক সুদৃঢ় কৰি তুলিলে জোনবিলৰ বিনিময় প্ৰথাই।

Share it on

Leave a Reply