AGAMANI AAMSU AREST

0
32

Guwahati/ 20th January’2018 (Prag News Desk): আৰক্ষীৰ কামত বাধা দি আটক ৪ আমছু নেতা|

গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিলে ৪ নেতাক|

আটক আব্দুল বাটেন শ্বেখ, আব্দুল ৰছিদ সৰকাৰ, জাৰিদুৰ ৰহমান, মিজানুৰ ৰহমান|

আব্দুল বাটেন ধুবুৰী জিলা আমছুৰ সভাপতি|

আৰক্ষীৰ আক্ৰমণৰ গুৰুতৰ অভিযোগ ৪ আমছু নেতাৰ বিৰুদ্ধে|

 

Share it on

Leave a Reply