BALIPARA MURDER

0
52

Guwahati/ 20th January’2018 (Prag News Desk):

শোণিতপুৰৰ বালিপৰাত নৃশংস হত্যাকাণ্ড|

দুৰ্বৃত্তই হত্যা কৰিলে জয়ন্ত ভূঞা নামৰ এজন লোকক|

বোকাজান পানীযোগান আঁচনিৰ পানীটেংকীত উদ্ধাৰ মৃতদেহটো|

তিনিদিনৰ পৰা নিখোজ হৈ আছিল জয়ন্ত|

পানীযোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰী আছিল জয়ন্ত ভূঞা|

 

Share it on

Leave a Reply