Guwahati/ 20th January’2018 (Prag News Desk):
লাওচত উপস্থিত হৈছে আছিয়ান কাৰ ৰেলী|
থাইলেণ্ড-লাওচ সীমান্তত উষ্ম আদৰণি লাওচ চৰকাৰৰ|
পৰ্যটন বিভাগৰ উপ মহাপ্ৰৱন্ধকে আদৰিলে কাৰ ৰেলী|
সৰু দেশ হ’লেও পৰ্যটনক্ষেত্ৰত বহু আগবঢ়া লাওচ|
প্ৰতিবছৰে ৫ নিযুত পৰ্যটকৰ আগমণ ঘটে লাওচলৈ|
বছৰি লাওচ ভ্ৰমণৰ বাবে যায় বহু ভাৰতীয় নাগৰিক|