CAR RALLY

0
22

Guwahati/ 20th January’2018 (Prag News Desk):

লাওচত উপস্থিত হৈছে আছিয়ান কাৰ ৰেলী|

থাইলেণ্ড-লাওচ সীমান্তত উষ্ম আদৰণি লাওচ চৰকাৰৰ|

পৰ্যটন বিভাগৰ উপ মহাপ্ৰৱন্ধকে আদৰিলে কাৰ ৰেলী|

সৰু দেশ হ’লেও পৰ্যটনক্ষেত্ৰত বহু আগবঢ়া লাওচ|

প্ৰতিবছৰে ৫ নিযুত পৰ্যটকৰ আগমণ ঘটে লাওচলৈ|

বছৰি লাওচ ভ্ৰমণৰ বাবে যায় বহু ভাৰতীয় নাগৰিক|

 

Share it on

Leave a Reply