COAL SYNDICATE

0
73

Guwahati/ 20th January’2018 (Prag News Desk): কয়লা ছিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টাৰ সংবাদমেল|

জনতা ভৱনত এই সংবাদমেল|

কয়লা ছিণ্ডিকেট সন্দৰ্ভত শান্তনু ভড়ালীৰ গুৰুত্বপূৰ্ণ মন্তব্য|

‘কয়লা ছিণ্ডিকেটত জড়িত আছে বহু প্ৰভাৱশালী ব্যক্তি’|

‘কুলদ্বীপৰ মুখত ওলাইছে বহু পৰিচিত ব্যক্তিৰ নাম’|

সংবাদমেলত উপস্থিত আছে বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়া|

চৰকাৰে যিকোনো প্ৰকাৰে কয়লা ছিণ্ডিকেট বন্ধ কৰাৰ আশ্বাস ভড়ালীৰ|

 

Share it on

Leave a Reply