DIBRUGARH HDFC

0
68

Guwahati/ 20th January’2018 (Prag News Desk): ডিব্ৰুগড়ত NGO আৰু HDFC বেংকৰ প্ৰৱঞ্চনা|

কৃষকক ঋণ দিয়াৰ নামত ৪ কোটি আত্মসাতৰ অভিযোগ|

বেংকৰ ছেকচন মেনেজাৰ লোহিত গগৈৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ|

কৃষক NGOৰ সভাপতি ভৱানী গগৈৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ|

দুয়োৰে বিৰুদ্ধে ভুক্তভোগী কৃষকৰ এজাহাৰ|

পলাতক লোহিত গগৈ, ভৱানী গগৈ|

Share it on

Leave a Reply