DISASTER WORKSHOP

0
52

Guwahati/ 20th January’2018 (Prag News Desk): মহানগৰীৰ লাখটকীয়াৰ হোটেল ডায়নাষ্টটিত শুকুৰবাৰে কামৰূপ মহানগৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ব্ৰিটিছ উফ উচ্চ আয়ুক্ত কলকাতাৰ উদ্যোগত আয়োজন কৰা হয় দুৰ্যোগ ব্যৱস্থাপনাৰ এখনি বিশেষ কৰ্মশালা।
এই কৰ্মশালাখনিত উপস্থিত থাকে ব্ৰিটিছ উপ উচ্চ আয়ুক্ত কলকাতাৰ ভাইচ কনচুল সঞ্চিবিতা মেকডলাল্ডটাৰিয়াং সেন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহকাৰী সচিব আৰু প্ৰকল্প সমন্বয়ক ৰাজীৱ প্ৰকাশ বৰুৱাৰ লগতে আন বহু শীৰ্ষ পৰ্যায়ৰ বিষয়া।

Share it on

Leave a Reply