LAKHIMPUR UTTEJANA

0
43

Guwahati/ 20th January’ 2018 (Prag News Desk):

এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰৰ চাউলধোৱা|

শতাধিক লোকে ঘেৰাও কৰিলে চাউলধোৱা আৰক্ষীচকী|

আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক এৰি দিয়াৰ গুৰুতৰ অভিযোগ|

উৰুকাৰ নিশা গোহাঁইগাঁৱত সংঘটিত হৈছিল এক হত্যাকাণ্ড|

কাজিয়াত প্ৰাণ হেৰুৱাইছিল বাবুল চুতীয়া নামৰ লোকজনে|

আৰক্ষীয়ে অভিযুক্তক সুৰক্ষা দিয়াৰ অভিযোগ|

কেইবাজনো লোকৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ|

 

Share it on

Leave a Reply