Guwahati/ 20th January’2018 (Prag News Desk): চৰাইদেউত চলিছে কয়লাৰ চোৰাং সৰবৰাহ|
প্ৰতিদিনে অবৈধভাৱে সৰবৰাহ হৈছে কয়লা|
মথুৰাপুৰ থানাৰ আৰক্ষীয়ে অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ|
প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় ১৫০০ টকা পৰ্যন্ত|
নাগালেণ্ডৰ তিৰু অঞ্চলৰ পৰা সৰবৰাহ হয় কয়লা|
অঞ্চলটোত গঢ়ি উঠিছে বহুকেইটা ডিপো|