LAKUWA SYNDICATE

0
94

Guwahati/ 20th January’2018 (Prag News Desk): চৰাইদেউত চলিছে কয়লাৰ চোৰাং সৰবৰাহ|

প্ৰতিদিনে অবৈধভাৱে সৰবৰাহ হৈছে কয়লা|

মথুৰাপুৰ থানাৰ আৰক্ষীয়ে অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ|

প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় ১৫০০ টকা পৰ্যন্ত|

নাগালেণ্ডৰ তিৰু অঞ্চলৰ পৰা সৰবৰাহ হয় কয়লা|

অঞ্চলটোত গঢ়ি উঠিছে বহুকেইটা ডিপো|

Share it on

Leave a Reply