Musalpur elephant ut

0
23

Guwahati/ 20th January’ 2018 (Prag News Desk):

বাক্সাৰ ভাৰত-ভূটান সীমান্তত মৃত হাতী পোৱালি উদ্ধাৰ|

চৌকি অঞ্চলত উদ্ধাৰ হাতীৰ মৃতদেহটো|

পাগলাদিয়া নৈৰ দ-খাৱৈত পৰি মৃত্যু হাতী পোৱালিটোৰ|

জাকৰ পৰা বিচ্ছিন্ন হৈ পানীত পৰিছিল হাতী পোৱালিটো|

Share it on

Leave a Reply